Type Here about your Information !

বিজ্ঞান কুইজ

 

বিজ্ঞান কুইজ

বিজ্ঞান কুইজ

১. সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
- শনি ৷

২. সৌৰজগতৰ কেন্দ্ৰ কি ?
- সূৰ্য ৷

৩. মহাকাশলৈ প্ৰথম প্ৰাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম কি আছিল ?
- স্পুটনিক – ২ ৷

৪. কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ?
- আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

৫. জুই জ্বলিবলৈ কোনটো গেছৰ দৰকাৰ ?
- অক্সিজেন ৷

৬. পৃথিৱীৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
- স্পুটনিক – ১ ৷

৭. আলোকবৰ্ষৰ সহায়ত কি জোখা হয় ?
- পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক আলোকবৰ্ষৰে জোখা হয় ৷

৮. মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি ?
- ফিমাৰ বা উৰ্বস্থি ৷

৯. আমাৰ দেহত কাৰ্ব’হাইড্ৰেট কি ৰূপত সঞ্চিত হয় ?
- গ্লাইক’জেন ৷

১০. কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ?
- মঙ্গল গ্ৰহক ৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.