Type Here about your Information !

খেল কুইজ

 

খেল কুইজ

খেল কুইজ

১. কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে ?
- সাতজন (৭ জন) ৷

২. কাবাডী খেলত ‘কেণ্ট’ মানে কি ?
- কাবাডীখেলত প্ৰতিপক্ষৰ ক’ৰ্টলৈ যোৱা খেলুৱৈজনে উশাহ সলনি নকৰাকৈ নিজৰ ক’ৰ্টলৈ উভটি অহাকে কেণ্ট বোলে ৷

৩. কাবাডী খেলত ‘ৰেইডাৰ’ মানে কি ?
- কেণ্ট বিপৰীত পক্ষৰ ক’ৰ্টত প্ৰৱেশ কৰাকে ৰেইডাৰ বোলে ৷

৪. ফুটবল খেলৰ দুটা গ’ল পোষ্টৰ মাজত দূৰত্ব কিমান ?
- ৮ গজ ৷

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.