Type Here about your Information !

চলচ্চিত্ৰ কুইজ

 

চলচ্চিত্ৰ কুইজ

চলচ্চিত্ৰ কুইজ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
- ১৯৮৫ চন ৷
২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?
- জ্যোতিপ্ৰসাদ আগৰৱালা ৷
৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ?
- ১৯৬৮ চন ৷
৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
- জয়মতী (১৯৩৫) ৷
৫. কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
- মনোমতী ৷
৬. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
- ভাইটি (১৯৭২)
৭. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল ?
- আইদেউ সন্দিকৈ ৷
৮. অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
- ১৯৪৮ চনত ৷
৯. স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
- হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷
১০. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?
- ড০ ভূপেন হাজৰিকা ৷
১১. শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷
১২. ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷
১৩. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- এৰা বাটৰ সুৰ ৷
১৪. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- পিয়লি ফুকন ৷
১৫. অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ কোন ঠাইত আছে ?
- গুৱাহাটী (কাহিলীপাৰাত) ৷
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.