Type Here about your Information !

বিশ্ব কুইজ

 

বিশ্ব কুইজ

বিশ্ব কুইজ

১. বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?

  • চুইজাৰলেণ্ড।

২. বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি ?

  • চীনৰ প্ৰাচীৰ
  • আগ্ৰাৰ তাজমহল
  • মেক্সিকোৰ চিচেল ইট্‌জা
  • ব্ৰাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিডীমাৰ
  • পেৰুৰ মাচু পিছু
  • জৰ্ডানৰ পেট্ৰা
  • ৰোমৰ কলোছিয়াম।

৩. বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?

  • দক্ষিণ আফ্ৰিকাত।

৪. এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?

  • ডিগবৈত।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.